অসম

assam

মঙলবাৰে পুৱাৰ লেনদেনত ষ্টক বজাৰত অগ্ৰগতি

By

Published : Mar 24, 2020, 10:37 AM IST

ষ্টক বজাৰৰ লেনদেন আৰম্ভ হোৱাৰ লগে লগে সূচাংকই 1300 পইন্টত অগ্ৰগতি লাভ কৰে ৷

মঙলবাৰে পুৱাৰ লেনদেনত ষ্টক বজাৰত অগ্ৰগতি
মঙলবাৰে পুৱাৰ লেনদেনত ষ্টক বজাৰত অগ্ৰগতি

বিজনেজ ডেস্ক, 24 মাৰ্চঃমঙলবাৰেবোম্বে ষ্টক বজাৰত পুৱাৰ প্ৰথম লেনদেনত যোগাত্মক স্থিতি পৰিলক্ষিত হয় ৷ ষ্টক বজাৰৰ লেনদেন আৰম্ভ হোৱাৰ লগে লগে সূচাংকই 1300 পইন্টত অগ্ৰগতি লাভ কৰে ৷ বোম্বে ষ্টক বজাৰৰ সূচাংক 1312.69 পইন্টৰ অগ্ৰগতিৰে 27293.69 পইন্ট আৰু ৰাষ্ট্ৰীয় ষ্টক বজাৰ নিফটিৰ সূচাংকয়ো 400 পইন্টৰ অগ্ৰগতিৰে 8027.25 পইন্ট স্পৰ্শ কৰে ৷

ABOUT THE AUTHOR

...view details