গোলাঘাট, 25 মে' : গোলাঘাটৰ ৰঙাজানত অৱস্থিত কৃষ্ণা হুণ্ডাইত মুকলি নতুন বিলাসী বাহন"হুণ্ডাই ভ্যেনু" ৷ শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বাহনখনৰ । অতিশীঘ্ৰে বজাৰলৈ আহিবলগীয়া এই বিলাসী বাহনখনৰ আৰ্হি বাহনৰ আনুষ্ঠানিকমুকলি কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে । বিলাসী বাহনখনৰ বজাৰখন এই ভ্যেনু বাহনে দখল কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৰোহিত গগৈয়ে ৷
আহি আছে "হুণ্ডাই ভ্যেনু" - golaghat
ৰঙাজানৰ কৃষ্ণা হুণ্ডাইত মুকলি বিলাসী বাহন "হুণ্ডাই ভ্যেনু" ৷ শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বাহনখন ৷ অতিশীঘ্ৰে বজাৰলৈ আহিব বাহনখনৰ ৷

আহি আছে "হুণ্ডাই ভ্যেনু"
আহি আছে "হুণ্ডাই ভ্যেনু"
ইপিনে এই অনুষ্ঠানত কৃষ্ণা হুণ্ডাইৰ যোৰহাট আৰু বোকাখাতৰ পৰিচালক জাহ্নু বৰবৰা ,বিষয়া অৰুণ জ্যোতি কাকতি, প্ৰতাপ দল আদিৰ লগতে বহু কেইগৰাকী গ্ৰাহক উপস্থিত থাকে ।