অসম

assam

ETV Bharat / business

গুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা - গুগ'লে ডুঅ'

এতিয়াৰে পৰা এটা কলত সৰ্বাধিক ১২ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব । পূৰ্বতে গুগল ডুঅ'ৰ সামূহিক কলৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা আছিল ৮ জন ।

গুগ'লে ডুঅ'  কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা
গুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা

By

Published : Mar 28, 2020, 8:18 PM IST

নিউজ ডেস্ক, 28 মাৰ্চঃগুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা । এতিয়াৰে পৰা এটা কলত সৰ্বাধিক ১২ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব । পূৰ্বতে গুগল ডুঅ'ৰ সামূহিক কলৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা আছিল ৮ জন ।

এই সুবিধা বৰ্তমানে উপলব্ধ হৈছে কিন্তু কেতিয়ালৈ এই সুবিধা থাকিব তাৰ কোনো সঠিক তথ্য নাই । বৰ্তমানে কৰ'ণা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতি শাম কটাৰ পাচত এই সুবিধা থাকিব নে এটা কলত সদস্যৰ সংখ্যা হ্ৰাস কৰা হ'ব তাক লৈ কোনো নিশ্চয়তা নাই ।

অৱশ্যে গুগ'ল ডুঅ' কলিং এপ ব্যৱহাকাৰী সকলে এই সুবিধাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details