অসম

assam

ETV Bharat / business

শিশুক ক'ডিঙৰ শিক্ষা দিব গুগলে

শিশুক ক'ডিঙৰ দিশত বিশেষ শিক্ষা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে গুগলে ৷ ক'ড উইথ গুগল নামৰ এই ব্যৱস্থাৰ জৰিয়তে গুগলে 1 মিলিয়ন ইউ এচ ডিৰ এক অনুদান ঘোষণা কৰিছে  ৷

By

Published : Jul 9, 2019, 1:35 PM IST

শিশুক ক'ডিঙৰ শিক্ষাৰ বাবে গুগলৰ বিশেষ পদক্ষেপ

নতুন দিল্লী, 9 জুলাই : শিশুৰ বাবে গুগলৰ বিশেষ ব্যৱস্থা ৷ শিশুক ক'ডিঙৰ দিশত বিশেষ শিক্ষা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে গুগলে ৷

ক'ড উইথ গুগল নামৰ এই ব্যৱস্থাৰ জৰিয়তে গুগলে 1 মিলিয়ন ইউ এচ ডিৰ এক অনুদান ঘোষণা কৰিছে ৷ কম্পিউটাৰ বিজ্ঞান শিক্ষক সন্থালৈ প্ৰদান কৰা এই অনুদানৰ জৰিয়তে আমেৰিকাত শিশুসকলক বিনামূলীয়া কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হ'ব ৷

ABOUT THE AUTHOR

...view details