অসম

assam

ETV Bharat / business

ছয় বছৰৰ ভিতৰত সৰ্বাধিকৰূপত বৃদ্ধি পালে সোণৰ মূল্য

শুকুৰবাৰে বৃদ্ধি পালে সোণৰ মূল্য ৷ উল্লেখ্য এয়া হৈছে বিগত ছয় বছৰৰ ভিতৰত সোণৰ  সৰ্বাধিক মূল্য ৷

By

Published : Jun 21, 2019, 4:47 PM IST

ছবছৰৰ ভিতৰত সৰ্বাধিক বৃদ্ধি

নতুন দিল্লী,21 জুনঃ ঘৰুৱা বজাৰত শুকুৰবাৰে বৃদ্ধি পালে সোণৰ মূল্য ৷ এই মূল্য বৃদ্ধি হৈ প্ৰতি দহগ্ৰামত 34,500 টকা হয়গৈ ৷ উল্লেখ্য এয়া হৈছে বিগত ছয় বছৰৰ ভিতৰত সৰ্বাধিক বৃদ্ধি হৈছে সোণৰ মূল্য ৷

ইয়াৰ পূৰ্বে 2013 চনৰ আগষ্ট মাহৰ 28 তাৰিখে সোণৰ মূল্য সৰ্বাধিক বৃদ্ধি হৈ 10 গ্ৰামত 35,074 টকা হৈছিল ৷ পণ্য বজাৰৰ বিশ্লেষণত দেখা যায় যে, গোলকীয় ৰাজনৈতিক পৰিস্থিতি অশান্ত হোৱাৰ বাবেই সোণৰ মূল্যত এই প্ৰভাৱ পৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকে সুদৰ হাৰ কৰ্তন কৰাৰ পিছতেই বিনোয়োগকাৰী সকলে বিনিয়োগৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈ পৰিছে ৷ যাৰ ফলত সোণৰ মূল্যত পোনপটীয়া প্ৰভাৱ পৰিছে ৷

লগতে পঢ়কঃ ৰাজহুৱা খণ্ড অধিকৃত বেংকৰ মুৰব্বীৰ সৈতে বৈঠক বিত্ত মন্ত্ৰী

ABOUT THE AUTHOR

...view details