অসম

assam

ETV Bharat / budget-2019

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই - বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা সকলৰ স্ব-নিয়োজনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবনে কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ?

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই

By

Published : Jul 4, 2019, 4:56 PM IST

মৰিগাঁও, 4 জুলাইঃ শুকুৰবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ৷ সমগ্ৰ দেশবাসীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটক লৈ যথেষ্ট আশাবাদী ৰাজ্যৰ সাধাৰণ জনতা৷ কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা সকলৰ স্ব-নিয়োজনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবনে এই কেন্দ্ৰীয় বাজেটে? অসমৰ আৰ্থসামাজিক উন্নয়ন হ'ব পৰাকৈ ঘোষণা কৰা হ'ব নে কেন্দ্ৰীয় বাজেট?

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই

ABOUT THE AUTHOR

...view details