অসম

assam

আজি দাখিল হ'ব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট

By

Published : Jul 5, 2019, 7:59 AM IST

Updated : Jul 5, 2019, 9:22 AM IST

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ৷

কেন্দ্ৰীয় বাজেট 2019

  • আজি সংসদত দাখিল হ'ব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট
  • মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
  • দিনৰ 11 বজাত সংসদত দাখিল কৰা হ'ব বাজেট
  • লোকসভাৰ অধ্যক্ষক সম্বোধন কৰি বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰিব বাজেট
  • 90 মিনিট পৰা 1.20 মিনিট সময়ৰ ভিতৰত দাখিল কৰিব এই বাজেট
  • উল্লেখ্য যে, ভাৰতৰ ইতিহাসত ইন্দিৰা গান্ধীৰ পাচতে দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট
Last Updated : Jul 5, 2019, 9:22 AM IST

ABOUT THE AUTHOR

...view details