অসম

assam

ETV Bharat / briefs

শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ ! - অ' এন জি চি

অ' এন জি চি ৰ সাত লাখ টকাৰ আৰ্থিক সাহাৰ্যেৰে নিৰ্মাণ কৰা হৈছে এই আশ্ৰয় গৃহ

শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ !

By

Published : Jun 20, 2019, 11:34 PM IST

শিৱসাগৰ,২০ জুনঃ

  • শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ
  • ১০ গৰাকী দুৰ্গত মহিলাই বিপদকালীন সময়ত আশ্ৰয় গ্ৰহণ কৰিব পাৰিব এই গৃহত
  • শিৱসাগৰ জিলা মহিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে শিৱসাগৰৰ ফুকন নগৰত মুকলি কৰা হয় "দুৰ্গত মহিলাৰ হ্ৰস্ব কালীন আশ্ৰয় গৃহ"
    শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ !
  • জিলা মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত আনুষ্ঠানিকভাৱে এই আশ্ৰয় গৃহ শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ উপস্থিতিত বৃহস্পতিবাৰে ONGC-ৰ অসম সম্পদৰ কাৰ্যকৰী সঞ্চালক তথা সম্পদ প্ৰবন্ধক এছ দি মাচকেইয়ে শুভ উদ্বোধন কৰে এই আশ্ৰয়গৃহটোৰ
  • উল্লেখযোগ্য যে, অ' এন জি চি ৰ সাত লাখ টকাৰ আৰ্থিক সাহাৰ্যেৰে নিৰ্মাণ কৰা হৈছে এই আশ্ৰয় গৃহটো

ABOUT THE AUTHOR

...view details