মুক্তিৰ বাবে সাজু 'কমাণ্ডো-৩' - আদাহ শৰ্মা
20চেপ্তেম্বৰৰ পৰিৱৰ্তে ৬চেপ্তেম্বৰত মুক্তি লাভ কৰিব বিদ্যুৎ জামৱাল অভিনীত ছৱি 'কমাণ্ডো-৩',ছবিখনৰ বাবে এতিয়া অপেক্ষাৰত সকলো ৷

মুক্তিৰ বাবে সাজু 'কমাণ্ডো-৩'
নিউজ ডেস্ক,৪জুন : চলচিত্ৰপ্ৰেমীলৈ সুখবৰ । মুক্তিৰ বাবে সাজু হৈছে বিদ্যুৎ জামৱালৰ অভিনীত ছৱি 'কমাণ্ডো-৩' । এই ছবিখন ২০ চেপ্তেম্বৰত মুক্তি হোৱাৰ কথা আছিল যদিও ৬ চেপ্তেম্বৰতে মুক্তি লাভ কৰিব ছবিখনে । আদিত্য দত্তই পৰিচালনা কৰা ছবিখনত আদাহ শৰ্মা,আঙ্গিয়া ধৰেৰ পৰা আদি কৰি বহু নামী-দামী তাৰকাই অভিনয় কৰিছে ।
মুক্তিৰ বাবে সাজু 'কমাণ্ডো-৩'