নিউজ ডেস্ক, ১৭ জুনঃ কোভিড-১৯ৰ সংকটৰ লগতে লাডাখ সীমান্তত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত চলি থকা যুদ্ধৰ সময়তে চীনে মহাৰাষ্ট্ৰত বিনিয়োগ কৰিছে ৫ হাজাৰ কোটিৰ অধিক টকা। বিগত ডেৰমাহ তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ অন্তত সোমবাৰে চীনা সৈন্যই আক্ৰমণত নিহত হৈছে ২০ জনকৈ ভাৰতীয় জোৱান।
এনে এক সময়তেই "Magnetic Maharashtra project"ৰ নামত চীনে বিনিয়োগ কৰিছে বহু হাজাৰ কোটি টকা। তিনিটাকৈ চীনা কোম্পানীয়ে মহাৰাষ্ট্ৰৰ এই প্ৰজেক্টত নামত ধন বিনিয়োগ কৰিছে। তিনিওটা কোম্পানী ক্ৰমে -
১) হেংলি (চীন) ইঞ্জিনিয়াৰিং - পুণেৰ টালিগাঁৱত ২৫০ কোটি বিনিয়োগ