অসম

assam

By

Published : May 4, 2019, 6:25 PM IST

ETV Bharat / briefs

ছিপাঝাৰৰ বিদ্যালয়ত বাগৰি পৰিল গছ

ধুমুহাৰ ফলত বিদ্যালয়খনৰ ওপৰত বাগৰি পৰে এডাল গছ । গছডাল বাগৰি পৰাৰ ফলত বিদ্যালয়খনত বিস্তৰ ক্ষতি হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলৰ ।

ছিপাঝাৰৰ বিদ্যালয়ত বাগৰি পৰে গছ

ছিপাঝাৰ,৪মে' : শনিবাৰে ছিপাঝাৰৰ হাজৰিকাপাৰা জাতীয় বিদ্যালয়ত শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত এখন আলোচনা হৈ থকাৰ সময়তে প্ৰচণ্ড ধুমুহা আহে । এই ধুমুহাৰ ফলত বিদ্যালয়খনৰ ওপৰত বাগৰি পৰে এডাল গছ । গছডাল বাগৰি পৰাৰ ফলত বিদ্যালয়খনত বিস্তৰ ক্ষতি হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলৰ ।

ছিপাঝাৰৰ বিদ্যালয়ত বাগৰি পৰে গছ

ABOUT THE AUTHOR

...view details