গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: শনিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱকলাক্ষেত্ৰত প্ৰদান কৰা হয় ২০১৭বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ৷ এই বঁটা প্ৰদান কৰা হয় বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাক ৷ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই বঁটাত আছে নগদ পাঁঁচ লাখ টকা, চেলেং, প্ৰমান প্ৰত্ৰ আৰু শৰাই ৷ মুখ্যমন্ত্ৰীৰ ওপৰিও অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱ দলেকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তি ।
বশিষ্ঠ দেৱশৰ্মালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা - সৰ্বানন্দ সোণোৱাল
শনিবাৰে কলাক্ষেত্ৰত প্ৰদান কৰা হয় ২০১৭বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ৷
![বশিষ্ঠ দেৱশৰ্মালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা Sankardev award to Bakhishta dev sharma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10:05:23:1601138123-a-ghy-804-26sep-sankardevaward-pic-as10003lipikadeka-26092020210247-2609f-1601134367-348.jpg)
বশিষ্ঠ দেৱশৰ্মালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা
লগতে পঢ়ক: লখিমপুৰৰ হেঁচামৰা চাপৰিত লোমহৰ্ষক হত্যাকাণ্ড