নৰেন্দ্ৰ মোডীক মিথ্যাচাৰী আখ্যা কাৰ?
নৰেন্দ্ৰ মোডী কিমান মিথ্যাচাৰী সেয়া ৰাইজে গম পাইছে৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰিজিঅ'নেল ডেম'ক্ৰেটিক এলায়েঞ্চৰ সভাপতি গুণ গগৈয়ে এনেদৰে অভিযোগ কৰে ৷ সভাপতিগৰাকীয়ে অসমত বহু ৰাজনৈতিক দলৰ জন্ম হোৱাৰ আশা কৰি একেলগে বিজেপিক প্ৰতিহত কৰিবলৈ থিয় হ'ব লাগিব বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে এই বৰ্ষৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ বিপৰীতে আন কোনো শক্তিশালী নেতা নাছিল ।
গুৱাহাটী,২জুন: বিগত চাৰি দশকৰ বিতৰত মোডী চৰকাৰৰ দিনতেই নিবনুৱা সমস্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ নৰেন্দ্ৰ মোডী কিমান মিথ্যাচাৰী সেয়া ৰাইজে গম পাইছে৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰিজিঅ'নেল ডেম'ক্ৰেটিক এলায়েঞ্চৰ সভাপতি গুণ গগৈয়ে এনেদৰে অভিযোগ কৰে ৷ সভাপতিগৰাকীয়ে অসমত বহু ৰাজনৈতিক দলৰ জন্ম হোৱাৰ আশা কৰি একেলগে বিজেপিক প্ৰতিহত কৰিবলৈ থিয় হ'ব লাগিব বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে এই বৰ্ষৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ বিপৰীতে আন কোনো শক্তিশালী নেতা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত মোডীয়ে সংখ্যাগৰিষ্ঠততাৰে জয়ী হ'বলৈ সক্ষম হয় বুলি মত প্ৰকাশ কৰে ।