অসম

assam

ETV Bharat / briefs

কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰে দাখিল কৰে মনোনয়ন পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰে দাখিল কৰিলে মনোনয়ন পত্ৰ, বিজেপি নেতাগৰাকীয়ে পাটনা ছাহিব সমষ্টিৰ পৰা আগৱঢ়াব প্ৰতিদ্বন্দ্বিতা

কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰে দাখিল কৰে মনোনয়ন পত্ৰ

By

Published : Apr 26, 2019, 8:51 PM IST

নিউজ ডেস্ক,২৬ এপ্ৰিল: শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰে দাখিল কৰে মনোনয়ন পত্ৰ । পাটনা ছাহিব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি নেতা ৰৱি শংকৰে । মন্ত্ৰীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাত উৎসাহিত হৈ পৰে দলৰ সমৰ্থিত নেতাসকলৰ লগতে অঞ্চলটোৰ জনসাধৰণ ।

ABOUT THE AUTHOR

...view details