অসম

assam

ETV Bharat / briefs

নিৰ্বাচনৰ ফলাফল সম্বন্ধে কি ক'লে কুইন ওজাই?

23 মে'ত ঘোষণা হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী কুইন ওজা, কেনেদৰে সেই দিনটোৰ বাবে নিজকে সাজু কৰিছে প্ৰাৰ্থী গৰাকীয়ে এই সম্বন্ধে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত বহু কথা খুলি কলে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে৷

By

Published : May 19, 2019, 2:30 PM IST

নিৰ্বাচনৰ ফলাফল সম্বন্ধে কি ক'লে কুইন উজাই?

গুৱাহাটী, 19 মে' : আগন্তক 23 মে' ত ঘোষণা হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী গুৱাহাটী বিজেপি প্ৰাৰ্থী কুইন ওজা ৷ বিজেপি দলৰ সকলো কৰ্মকৰ্তাক নিৰ্বাচন প্ৰচাৰৰ সময়ত কৰা কষ্ট আৰু সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ নিৰ্বাচনত জয়ী হলে মহানগৰবাসীৰ খোৱা পানীৰ সমস্যা সমাধান কৰাটোৱেই তেওঁৰ প্ৰথম কৰ্তব্য হ'ব বুলিও ইটিভি ভাৰতৰ এই সাক্ষাতকাৰত উল্লেখ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

নিৰ্বাচনৰ ফলাফল সম্বন্ধে কি ক'লে কুইন উজাই?

ABOUT THE AUTHOR

...view details