অসম

assam

ETV Bharat / briefs

ডিব্ৰুগড়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ যোগান বিভাগৰ - ডিব্ৰুগড়ত অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ বাতৰি

বুধবাৰে ডিব্ৰুগড়ত জিলাখনৰ খাদ্য আৰু যোগান বিভাগে নিৰ্ধাৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য। আৰু এই সামগ্ৰীৰ খুচুৰা আৰু পাইকাৰী মূল্য সকলো ৰাইজৰ সুবিধা অনুসৰি ৰাজহুৱা কৰি দিয়ে ।

Price control of important goods at Dibrugarh
ডিব্ৰুগড়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ যোগান বিভাগৰ

By

Published : Nov 11, 2020, 8:52 PM IST

মৰাণ, ১১ নৱেম্বৰ:মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদত ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ আন্দোলন। কিন্তু ইয়াৰ পিছতো মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হৈছে সোণোৱাল চৰকাৰ। কিন্তু ইয়াৰ মাজতে বুধবাৰে ডিব্ৰুগড় জিলাৰ খাদ্য আৰু যোগান বিভাগে নিৰ্ধাৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য। আৰু এই সামগ্ৰীৰ খুচুৰা আৰু পাইকাৰী মূল্য সকলো ৰাইজৰ সুবিধা অনুসৰি ৰাজহুৱা কৰি দিয়ে যোগান বিভাগে।

উল্লেখ্য যে, এই মূল্যত কিছু তাৰতম্য প্ৰত্যক্ষ কৰিলে ৰাইজে ডিব্ৰুগড় জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ফোনযোগে অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে ৯৮৬৪৬-৭৯৮০৯ হেল্পলাইন নম্বৰ প্ৰদান কৰিছে ডিব্ৰুগড় জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে।

লগতে পঢ়ক :যোৰহাটত দিনদুপৰতে মহিলা আৰক্ষীক আক্ৰমণ যুৱকৰ

For All Latest Updates

TAGGED:

Dibrugarh

ABOUT THE AUTHOR

...view details