অসম

assam

ETV Bharat / briefs

এম.এছ.ধোনীক প্ৰশংসা শ্বেন ৱাটছন - ভাল পাৰদৰ্শিতা

স্টিফেন ফ্লেমিং আৰু এম.এছ.ধোনীয়ে ভাল প্ৰদৰ্শন কৰিব পাৰেঃ শ্বেন ৱাটছন

ছানে ওয়াটসনে সম্বোধন কৰে সংবাদমেল

By

Published : Apr 24, 2019, 12:55 PM IST

Updated : Apr 24, 2019, 9:08 PM IST

নিউজ ডেস্ক,২৪ এপ্ৰিলঃ ষ্টিফেন ফ্লেমিং আৰু এম.এছ.ধোনীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে শ্বেন ৱাটছনৰ । চেন্নাই চুপাৰ কিংছৰ খেলুৱৈ শ্বেন ৱাটছনে এখন সংবাদমেল সম্বোধন কৰি ষ্টিফেন ফ্লেমিং আৰু এম.এছ.ধোনীক ভাল খেলুৱৈ বুলি মন্তব্য কৰাৰ লগতে খেলুৱৈ দুজনে ভাল প্ৰদৰ্শন কৰিছে বুলি সংবাদমেলত মন্তব্য কৰে। আনহাতে খেলুৱৈজনে সংবাদমেলত কয়- "মই সিমান ভাল খেলিব পৰা নাই যদিও বুধবাৰে হ'ব লগা খেলখনত মই মোৰ ফালৰ পৰা সম্পূৰ্ণ ভাল খেলিবলৈ চেষ্টা কৰিম" ।

ছানে ওয়াটসনে সম্বোধন কৰে সংবাদমেল
Last Updated : Apr 24, 2019, 9:08 PM IST

ABOUT THE AUTHOR

...view details