অসম

assam

By

Published : May 23, 2019, 8:45 PM IST

Updated : May 23, 2019, 8:58 PM IST

ETV Bharat / briefs

বিজেপিৰ জয়ৰ আঁৰত কি? প্ৰশান্ত ৰাজগুৰুৰ আলোকপাত

বিজেপিৰ এই জয়ৰ আঁৰৰ কাৰণ কি? আলোচনা কৰিছে আমাৰ অসম কাকতৰ সম্পাদক তথা বিশিষ্ট ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত ৰাজগুৰুৱে ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ

গুৱাহাটী,২৩মে' : সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে পুনৰবাৰ কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে । বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে,-পুলৱামাৰ ঘটনা আৰু ৰাষ্ট্ৰসংঘই মাছুদ আজাহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা ঘটনাই এই বৰ্ষৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাত সহায় কৰিলে । ৰাজগুৰুৱে ই টি ভাৰতৰ সাংবাদিকৰ আগত ইয়াৰ লগতে প্ৰকাশ কৰিলে বহু তথ্যই, চাও আহক তাৰ সৱিশেষ ।

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ
Last Updated : May 23, 2019, 8:58 PM IST

ABOUT THE AUTHOR

...view details