অসম

assam

ETV Bharat / briefs

বিপিএফ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ তদন্তৰ দাবী

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে বিপিএফ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ তদন্ত দাবী জনোৱাৰ লগতে ইভিএম হস্তান্তৰৰ সন্দৰ্ভতো তদন্তৰ দাবী জনায় ৷

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাসাক্ষাৎকাৰপতি প্ৰমোদ বড়োৰ সৈতে সাংবাদিকৰ সাক্ষাৎকাৰ

By

Published : May 4, 2019, 7:15 PM IST

কোকৰাঝাৰ,৪মে': দেশত বিজেপিয়ে আহক নাইবা কংগ্ৰেছ আহক, ভাৰতৰ বাবে কাম কৰিবই লাগিব । শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে এই মন্তব্য কৰে । লগতে ইভিএম হস্তান্তৰত হোৱা সন্দৰ্ভতো তদন্তৰ দাবী জনায় সভাপতি প্ৰমোদ বড়োৱে ।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাসাক্ষাৎকাৰপতি প্ৰমোদ বড়োৰ সৈতে সাংবাদিকৰ সাক্ষাৎকাৰ

দেশৰ নিৰ্বাচন আয়োগে দেশৰ গণতন্ত্ৰক জীয়াই ৰখাটো অতি প্ৰয়োজন ৷ যিকোনো সংগঠন বা ৰাজনৈতিক দলে শাসন কৰি দেশৰ ভাল কাম কৰাৰ আশা প্ৰকাশ কৰে সভাপতিগৰাকীয়ে । ইফালে, ২৩ এপ্ৰিল অৰ্থাৎ তৃতীয় পৰ্যায় নিৰ্বাচনৰ দিনা কোকৰাঝাৰত বিপিএফ কৰ্মীয়ে এবছু কৰ্মীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দি অতি শীঘ্ৰে দোষীক আটক কৰিবলৈ দাবী কৰে প্ৰমোদ বড়োৱে ৷

ABOUT THE AUTHOR

...view details