অসম

assam

ETV Bharat / briefs

লখিমপুৰ জিলা পুথিভঁৰালত প্ৰদান বৰুৱাক সম্বৰ্ধনা

লখিমপুৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত জিলা বিজেপিয়ে সাম্বৰ্ধনা জনালে সাংসদ প্ৰদান বৰুৱাক

By

Published : Jun 6, 2019, 8:06 PM IST

প্ৰদান বৰুৱাক সম্বৰ্ধনা লখিমপুৰ জিলা বিজেপিৰ

লখিমপুৰ,৬জুন: বৃহস্পতিবাৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক সম্বৰ্ধনা জনায় লখিমপুৰ জিলা বিজেপিয়ে । লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা বিজেপিয়ে আয়োজন কৰে এখন সম্বৰ্ধনা অনুস্থান আৰু এই সম্বৰ্ধনা অনুস্থানতে সাংসদগৰাকীক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সকলো কৰ্মকৰ্তাৰ লগতে লখিমপুৰৰ স্থানীয় ৰাইজ । ৰাইজৰ বিপুল ভোটত জয়লাভ কৰা প্ৰদান বৰুৱাই ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সম্বৰ্ধনা অনুস্থানত ।

প্ৰদান বৰুৱাক সম্বৰ্ধনা লখিমপুৰ জিলা বিজেপিৰ

ABOUT THE AUTHOR

...view details