বাক্সা,১৫মে' : আৰ্থিক প্ৰত্যাহ্বানক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্যৰ সোৱাদ লাভ কৰিলে বাক্সাৰ এগৰাকী ছাত্ৰই ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অভয়াপুৰ গাঁৱৰ চাইকেল মেকানিক সুকুমাৰ দাস আৰু অমলা দাসৰ দ্বিতীয় পুত্ৰ ধনঞ্জয় দাসে মুঠ ৫০০ নম্বৰৰে পাচটা বিষয়ত লেটাৰসহ ৮৩% লৈ উত্তীৰ্ণ হয় ।
বাক্সাত চাইকেল মেকানিকৰ সন্তানৰ সাফল্য - তামুলপুৰ
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অভয়াপুৰ গাঁৱৰ চাইকেল মেকানিক সুকুমাৰ দাস আৰু অমলা দাসৰ দ্বিতীয় পুত্ৰ ধনঞ্জয় দাসে মুঠ ৫০০ নম্বৰৰে পাচটা বিষয়ত লেটাৰসহ ৮৩% লৈ উত্তীৰ্ণ হয় ।
বাক্সাত চাইকেল মেকানিৰ সন্তানৰ সাফল্য
সন্তানৰ এই সাফল্যত এতিয়া আনন্দিত হৈ পৰিছে পিতৃ-মাতৃ। ইপিনে, তামুলপুৰৰ আশা দৰ্শন ট্ৰাষ্টৰ সঞ্চালিকা বিজু বৰবৰুৱাই ছাত্ৰগৰাকীৰ পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি আহিছে ৷