অসম

assam

ETV Bharat / briefs

গুৱাহাটীত বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য, প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৫ পইছাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলত ১০ পইছাকৈ বৃদ্ধি পাই

By

Published : May 21, 2019, 12:35 PM IST

গুৱাহাটীত বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ মূল্য


গুৱাহাটী,২১মে' : সোমবাৰে গুৱাহাটী মহানগৰীত পুনৰ বৃ্দ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৫ পইছাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলত ১০ পইছাকৈ বৃদ্ধি পাই । মহানগৰীত আজিৰ দিনত পেট্ৰলৰ মূল্য ৭০.৬৫ টকা আৰু ডিজেলত ৬৬.৬৫ টকা হয়গৈ ।

গুৱাহাটীত বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ মূল্য

ABOUT THE AUTHOR

...view details