নতুন দিল্লী, ১১ জুন: এককালীন আৰ্থিক সাহাৰ্য আৰু প্ৰত্যেক গৰাকী ব্যক্তিলৈ নিম্নতম প্ৰয়োজনী খাদ্য সামগ্ৰী দেশৰ উদ্যোগিক খণ্ড পুনৰাই আৰম্ভ নোহোৱালৈকে তিনি মাহলৈ যোগান ধৰা আঁচনিৰ জৰিয়তে ঘৰলৈ উভতা প্ৰবাসী শ্ৰমিকসকলৰ সমস্যা দূৰ কৰাত বহু পৰিমাণে সহায় কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে।
এককালীন আৰ্থিক সাহাৰ্যই প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা সমাধানত যথেষ্ট সহায়ক হ'ব - দৰিদ্ৰসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান
প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আৰু এই কৰʼণা মহামাৰীৰ সংহাৰৰ পৰা বাচিবলৈ ৰাজ্য সমূহে আৰ্থিক, প্ৰশাসনিক ক্ষেত্ৰক অধিক শক্তিশালী কৰাৰ লগতে চিকিৎসা সেৱাৰ দিশটোতো অধিক গুৰুত্ব দিব লাগিব।
প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আৰু এই কৰʼণা মহামাৰীৰ সংহাৰৰ পৰা বাচিবলৈ ৰাজ্যসমূহে আৰ্থিক, প্ৰশাসনিক ক্ষেত্ৰক অধিক শক্তিশালী কৰাৰ লগতে চিকিৎসা সেৱাৰ দিশটোতো অধিক গুৰুত্ব দিব লাগিব। তথা অতি সোনকালে দৰিদ্ৰসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে এই সকল শ্ৰমিক শ্ৰেণীৰ লোক যথেষ্ট উপকৃত হ'ব বুলি শক্তি,পৰিৱেশ আৰু জল পৰিষদ আৰু সাৰ্বজনীন বিত্ত আৰু নীতি সংস্থাই এক যুটীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ কৰে।
লগতে পঢ়ক: চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে বাঘজানৰ আশ্ৰয় শিবিৰ