অসম

assam

ETV Bharat / briefs

NRC ৰাজ্যিক ভাৰপ্ৰাপ্ত সমন্বয়কৰ দায়িত্বত বাবুলাল শৰ্মা - NRC

সম্প্ৰতি হিতেশ দেৱ শৰ্মা ডেৰ মাহৰ ছুটীত থকা বাবেই ভাৰপ্ৰাপ্ত সমন্বয়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় বাবুলাল শৰ্মাক

NRC
NRC ৰাজ্যিক ভাৰপ্ৰাপ্ত সমন্বয়কৰ দায়িত্বত বাবুলাল শৰ্মা

By

Published : Nov 30, 2019, 9:19 PM IST

Updated : Nov 30, 2019, 9:57 PM IST

গুৱাহাটী, 30 নৱেম্বৰঃ NRC ৰাজ্যিক ভাৰপ্ৰাপ্ত সমন্বয়কৰ দায়িত্বত বাবুলাল শৰ্মা ৷ প্ৰতীক হাজেলাৰ পাচতে NRC ৰ সমন্বয়ক হিচাপে নিযুক্তি লাভ কৰিছিল হিতেশ দেৱশৰ্মাই ৷ সম্প্ৰতি হিতেশ দেৱশৰ্মা ডেৰ মাহৰ ছুটীত থকা বাবেই ভাৰপ্ৰাপ্ত সমন্বয়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় বাবুলাল শৰ্মাক ৷

উল্লেখ্য যে, অতিৰিক্তভাবে তেওঁক এই সমন্বয়কৰ দায়িত্ব সাময়িকভাবে দিয়া হৈছে যদিও বৰ্তমানেও বাবুলাল শৰ্মা গৃহ বিভাগৰ সচিবৰ দায়িত্বত আছে ৷

আৰু পঢ়কঃ ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

Last Updated : Nov 30, 2019, 9:57 PM IST

ABOUT THE AUTHOR

...view details