মৰিগাঁও,১৪মে': মঙলবাৰে অসম মিঞা (অসমীয়া) পৰিষদে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। শুদ্ধ এন.আৰ.চিৰ নামত ভুৱা আপত্তিৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তিৰ বাবে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত অসম মিঞা পৰিষদৰ গাত বাঘ হাজৰিকা,বীৰ লাচিতৰ তেজ আছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।
লাহৰিঘাটত উত্তাল প্ৰতিবাদ অসম মিঞা (অসমীয়া)পৰিষদৰ - অসম চৰকাৰ
লাহৰিঘাটৰ অসম মিঞা(অসমীয়া) পৰিষদে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত অসম মিঞা (অসমীয়া)পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে
লাহৰিঘাটত উত্তাল প্ৰতিবাদ অসম মিঞা(অসমীয়া)পৰিষদৰ
প্ৰতিবাদীসকলে এন আৰ চিত যি সকলে দুৰ্নীতি সংঘটিত কৰি সাম্প্ৰদায়িকতাৰ ৰূপ দিব বিচাৰিছে সেইসকলক শাস্তিৰ দাবী জনোৱাৰ লগতে আছু গ'বেক,অসম চৰকাৰৰ কাম নাই আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
Last Updated : May 14, 2019, 5:46 PM IST