অসম

assam

ETV Bharat / briefs

যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !

যথেষ্ট পৰিমাণে ঠাই থকাৰ পাছতো কিয় পদপথৰ কাষত উন্মুক্ত অৱস্থাত এই টেন্সফমাৰ স্থাপন কৰিলে সেয়া এক অবুজ সাঁথৰ হৈ পৰিছে ।

By

Published : Sep 29, 2020, 10:23 PM IST

Jorhat Zila parishad hopeless work
যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !

যোৰহাট,২৯ ছেপ্টেম্বৰ : যোৰহাট পৌৰসভাৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এইবাৰ যোৰহাট জিলা পৰিষদৰ আন এক কাণ্ডজ্ঞানহীন কৰ্মই চকু কপালত তুলিছে সকলোৰে । পৌৰসভা কায্যালয়ৰ গাতে লাগি থকা জিলা পৰিষদৰ কায্যালয়ৰ সন্মুখতে এটা উচ্চ প্ৰাবল্যৰ টেন্সফৰ্মাৰ স্থাপন কৰা ফলত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে । কাৰণ একেবাৰে পদপথৰ কাষতে স্থাপন কৰা এই বিদ্যুতৰ টেন্সফমাৰৰ পৰা যে দুৰ্ঘটনা সংঘটিত নহ’ব তাৰ কোনো নিশ্চিয়তা নাই ।

যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !
যথেষ্ট পৰিমাণে ঠাই থকাৰ পাছতো কিয় পদপথৰ কাষত উন্মুক্ত অৱস্থাত এই টেন্সফমাৰ স্থাপন কৰিলে সেয়া এক অবুজ সাঁথৰ হৈ পৰিছে ।
যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !

লগতে পঢ়ক: গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ

ABOUT THE AUTHOR

...view details