অসম

assam

By

Published : May 16, 2019, 2:45 PM IST

ETV Bharat / briefs

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আনন্দিত যোৰহাটৰ এখন বিদ্যালয়

বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯০% উত্তীৰ্ণৰে সাফল্য় লাভ কৰিবলৈ সক্ষম হয় উত্তৰ-পশ্চিম যোৰহাটৰ এখন বিদ্যালয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আনন্দিত যোৰহাটৰ এখন বিদ্যালয়

যোৰহাট,১৫মে': বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে সুখবৰ কঢ়িয়াই আনিলে উত্তৰ-পশ্চিম যোৰহাটৰ এখন বিদ্যালয়লৈ। কাৰণ, বিগত বৰ্ষত শূন্য ফলাফল প্ৰদৰ্শন কৰা এই বিদ্যালয়খনে এই বৰ্ষত ৯০%উত্তীৰ্ণৰে ফলাফল লাভ কৰিবলৈ সক্ষম হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আনন্দিত যোৰহাটৰ এখন বিদ্যালয়

উল্লেখযোগ্য যে, এই বৰ্ষত ১০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। বিদ্যালয়খনৰ এই সাফল্যত আনন্দিত হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।

ABOUT THE AUTHOR

...view details