অসম

assam

ETV Bharat / briefs

কিডনী ৰোগীসকললৈ সুখবৰঃ কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদমেল সম্বোধন কৰি জনায় যে এতিয়াৰে পৰা ৰাজ্যৰ ৰোগীসকলৰ বাবে বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ ৷

গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

By

Published : Jun 11, 2019, 5:26 PM IST

  • সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ড0 হিমন্ত বিশ্ব শৰ্মাৰ
  • এতিয়াৰ পৰা বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ
  • এপল' হাস্পতালৰ লগত ৰাজ্য চৰকাৰৰ চুক্তি সম্পন্ন
  • এপল' হাস্পতালে ৰাজ্য চৰকাৰৰ বাবে সেৱা আগবঢ়াব
  • ডায়েলেছিছৰ বাবে চৰকাৰে বহন কৰিব সমগ্ৰ খা-খৰচ
  • অসমৰ বিভিন্ন জিলাৰ ১৮ টা স্থানত এই ডায়েলেছিছ চেণ্টাৰ মুকলি হ'ব
  • তাৰোপৰি এতিয়াৰে পৰা ৰাজ্যত বিনামূলীয়া চিকিৎসা হ'ব বৃক্কজনিত সমস্যাৰ
  • ১৪ জুনত আনুষ্ঠানিকভাৱে এই চিকিৎসা আৰম্ভ হ'ব নলবাৰী অসমাৰিক চিকিৎসালয়ত
  • ১৫ জুনত এই চিকিৎসা হ'ব মঙলদৈ অসমাৰিক চিকিৎসালয়ত
  • এখন চিকিৎসালয়ত ৬টা ইউনিট থাকিব, ইয়াৰে ১টা এচ আই ভি ৰোগীৰ বাবে থাকিব আৰু ৫টা সাধাৰণ জনতাৰ বাবে
  • এদিনত কৰিব পাৰিব ১৫ টা ডায়েলেছিছ
    গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details