অসম

assam

ETV Bharat / briefs

হাজোত ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তেজনা

হাজোৰ কুৰিহাতত ছাগলী চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ, ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী ৷

By

Published : May 28, 2019, 9:59 AM IST

হাজোত ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তেজিত পৰিৱেশ

হাজো,২৮মে' : সোমবাৰে নিশা হাজোৰ কুৰিহাতত ছাগলী চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ । সাধা নামৰ এজন চোৰে কুৰিহাতৰ এটা পৰিয়ালৰ পৰা টেম্প' এখনত ছাগলী চুৰি কৰি নিয়া সময়তে হাতে-লোটে স্থানীয় ৰাইজে আটক কৰে । চোৰজনৰ ঘৰ হাজোৰ বিহদিয়াৰ শান্তিপুৰত । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে হাজো আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ চোৰ সহ টেম্পখন উদ্ধাৰ কৰে ।

হাজোত ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তেজিত পৰিৱেশ

ABOUT THE AUTHOR

...view details