অসম

assam

ETV Bharat / briefs

দশম স্থানত হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিলে হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মনিষা মালাকৰে

By

Published : May 15, 2019, 10:33 AM IST

দশম স্থানত মনিষা মালাকৰ

হাজো,১৫মে' : আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । মুঠ ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতিৰ্ণ হোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৩ নম্বৰৰে দশম স্থান স্থান লাভ কৰিবলৈ সক্ষম হয় হাজো শংকৰদেৱ বিদ্যা নিকেতনৰ মনিষা মালাকৰে । পিতৃ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ জীয়ৰী মনিষা মালাকৰে ভৱিষ্যতে হ'ব বিচাৰে এগৰাকী দক্ষ চিকিৎসক । মনিষা মালাকৰৰ এই সাফল্যই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে তীৰ্থনগৰী হাজোলৈ ।

দশম স্থানত মনিষা মালাকৰ

ABOUT THE AUTHOR

...view details