বিশ্বনাথ, ২৫ এপ্ৰিল :বৃহস্পতিবাৰে ঘোষণা হোৱা অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলালৈ সুখবৰ কঢ়িয়াই আনিছে গহপুৰৰ এজন ছাত্ৰই । গহপুৰ মহকুমাৰ কলাবাৰীৰ ব্ৰেনজিৎ হাজৰিকা নামৰ ছাত্ৰজনে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত
উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত স্থান লাভ গহপুৰৰ ব্ৰেনজিতৰ - ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ ব্ৰেনজিৎ হাজৰিকাৰ স্থান লাভ
সদৌ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত গহপুৰৰ আৰু নগাঁৱৰ আৰু ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ ব্ৰেনজিৎ হাজৰিকাই বিজ্ঞান শাখাত লাভ কৰে ষষ্ঠ স্থান । উল্লেখ্য যে, ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থানলাভ কৰিবলৈ সক্ষম হৈছিল ব্ৰেনজিতে।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত স্থান লাভ গহপুৰৰ ব্ৰেনজিতৰ
নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সফলতা লাভ কৰা ব্ৰেনজিতে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থানলাভ কৰিবলৈ সক্ষম হৈছিল ।
কলাবাৰীৰ পিতৃ প্ৰফুল্ল হাজৰিকাআৰু মাতৃ ৰুনু হাজৰিকাৰ পুত্ৰ ব্ৰেনজিৎ হাজৰিকাৰ এই সাফল্যত উৎসুক পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ।
লগতে পঢ়ক : কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস