গোৱালপাৰা, ২ অক্টোবৰ: গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু কোষৰ উত্তাল প্ৰতিবাদ । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৫০০ কোটি আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । চহৰখনৰ বিঅচি তিনি আলিত শুকুৰবাৰে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু কোষৰ প্ৰতিবাদ - Goalpara protest
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৫০০ কোটি আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ।
গোৱালপাৰাত কংগ্ৰেছৰ সংখ্যালঘু কোষৰ প্ৰতিবাদ
বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিঅচি তিনিআলিত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছৰ সংখ্যালঘু নেতা কৰ্মীয়ে ।
লগতে পঢ়ক: 'SAVE ROADS' এপ মুকলি কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে