অসম

assam

ETV Bharat / briefs

বাংগালুৰুৰ কেমিকেল ফেক্টৰীত অগ্নিকাণ্ড - বাংগালুৰুৰ কেমিকেল ফেক্টৰীত অগ্নিকাণ্ড

বাংগালুৰুৰ বাপুজী নগৰৰ হোচাগুড়াদাহাল্লীৰ এটি কেমিকেল ফেক্টৰীত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

fire-breaks-out-at-a-chemical-factory-in-bengalurus-bapuji-nagar
বাংগালুৰুৰ কেমিকেল ফেক্টৰীত অগ্নিকাণ্ড

By

Published : Nov 10, 2020, 5:34 PM IST

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: বাংগালুৰুৰ বাপুজী নগৰৰ হোচাগুড়াদাহাল্লীৰ এটি কেমিকেল ফেক্টৰীত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোৰ ফলত কাৰখানাটোৰ কাষত ৰখাই থোৱা কেইবাখনো বাহন জুঁইত জাহ যায়।

বাংগালুৰুৰ কেমিকেল ফেক্টৰীত অগ্নিকাণ্ড

ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জঁই নিৰ্বাপনৰ চেষ্টা চলায়। ইতিমধ্যে কাৰখানাটোৰ ওচৰ পাজৰৰ ঠাইৰ পৰা লোকসকলক উদ্ধাৰৰ বাবে আৰক্ষীৰ লোক নিয়োজিত কৰা হৈছে।

লগতে পঢ়কঃ বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস

ABOUT THE AUTHOR

...view details