অসম

assam

ETV Bharat / briefs

ছাগলীয়াত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগৰতলাৰ পৰা ছাগলীয়া হৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ পাৰ হোৱাৰ সময়তে ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । শনিবাৰে আগমনীৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত ট্ৰাকখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি ।

By

Published : Jun 1, 2019, 8:32 PM IST

ছাগলীয়াত উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা

ধুবুৰী,১জুন : শুকুৰবাৰে নিশা অসম-বংগ সীমান্তৰ ছাগলীয়াত জব্দ হয় গাঞ্জাভৰ্তি এখন ট্ৰাক । ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৯৫ টাকৈ গাঞ্জাৰ পেকেট । 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগৰতলাৰ পৰা ছাগলীয়া হৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ পাৰ হোৱাৰ সময়তে ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ইউপি 64-6995 নম্বৰৰ ট্ৰাকখন । শনিবাৰে আগমনীৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত ট্ৰাকখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি । গাঞ্জাখিনিৰ মূল্য প্ৰায় পোন্ধৰো লাখ হ'ব বুলি মন্তব্য আৰক্ষীৰ ।

ছাগলীয়াত উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা

ইতিমধ্যে, ছাগলীয়া আৰক্ষীয়ে গাঞ্জাখিনি লৈ অহা ট্ৰাক চালক আৰু আন এজন লোকক কৰায়ত্ত কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details