ধেমাজি, ১৬ ডিচেম্বৰ :ধেমাজি মহাবিদ্যালয় চৌহদত বুধবাৰে মহাবিদ্যালয়খনৰ শিক্ষক গোটে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মহাবিদ্যালয়খনত অব্যাহত থকা বিশ্ববিদ্যালয় অনুদান আয়োগৰ সমস্যা সমাধানৰ লগতে মহাবিদ্যালয়ৰ মৌলিক সমস্যা সমাধান কৰা , ছাত্ৰ-ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা , শ্ৰেণী কোঠাৰ আন্তঃগাঁথনি উন্নয়ন কৰা আদিকে ধৰি ১৫ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকক প্ৰদান কৰে ৷
ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট - বিশ্ববিদ্যালয় অনুদান আয়োগ
বিশ্ববিদ্যালয় অনুদান আয়োগৰ সমস্যা সমাধানৰ দাবী ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন ৷

Dhemaji College Teachers Association Protest