নিউজডেস্ক,৯মাৰ্চঃ ছত্তিশগড়ৰঝালপি গাঁৱত স্বাধীনতাৰ সাতটা দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ । সাংবাদিকৰ তৎপৰতাত গাঁৱখনলৈ আহিল বিদ্যুৎসেৱা।
৭০ দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ - electricity
বিদ্যুৎ সংযোগৰ পাচতেই আনন্দৰ বন্যা গাঁওবাসীৰ মাজত ৷
![৭০ দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2645384-227-711c48b0-7468-469d-9f27-738623ebd662.jpg)
৭০ দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ
স্বাধীনতা ৭০দশকৰ পিছতো ঝলপি পাৰা গাঁৱবাসীয়ে পোৱা নাছিল বিদ্যুৎ সংযোগ। নাই কোনো ধৰণৰ সা-সুবিধা । আন্ধাৰতেই ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনা কৰাৰ লগতে কষ্টকৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল গাঁওবাসীয়ে। অৱশেষত গাঁৱখনলৈ বিদ্যুৎ সংযোগ পোৱাত গাঁৱখনৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে।