অসম

assam

By

Published : May 18, 2019, 7:55 PM IST

ETV Bharat / briefs

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত বুদ্ধ পূৰ্ণিমাৰ ব্যাপক আয়োজন

আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা ৷ বুদ্ধৰ্পুণিমাৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হ'ল চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত ৷

চিৰাং জিলাৰ ভাৰত ভূটান সিমান্তত বুদ্ধ পূৰ্ণিমাৰ ব্যাপক আয়োজন

চিৰাং,18 মে': আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা ৷ বুদ্ধ ৰ্পুণিমাৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হ'ল চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তত ৷ আজি চিৰাং জিলাৰ বিভিন্ন ঠাইত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে গুৰুজনাৰ বাণী আৰু ধৰ্মক ৰাইজৰ মাজত প্ৰচাৰ কৰা দেখা গ'ল ৷ লগতে 'অহিংসাই পৰম ধৰ্ম' এই বাণীৰে শান্তি প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ৷

চিৰাং জিলাৰ ভাৰত ভূটান সিমান্তত বুদ্ধ পূৰ্ণিমাৰ ব্যাপক আয়োজন

বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি,দেউশ্ৰী আদি ঠাইত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত বুদ্ধ পূৰ্ণিমাৰ কাৰ্যসূচীত ভূটানী লোকসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

...view details