অসম

assam

ETV Bharat / briefs

জাগুনত পালন বুদ্ধ পূৰ্ণিমা - বুদ্ধ জয়ন্তী

এই বৌদ্ধ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ছিকিমৰ পৰা অহা বৌদ্ধ ধৰ্ম গুৰু চাংগে লামাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজ ৷

জাগুনত পালন বুদ্ধ পূৰ্ণিমা

By

Published : May 18, 2019, 10:23 PM IST

জাগুন,১৮মে' : শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় বুদ্ধ পূৰ্ণিমা । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ জাগুন কথাচেমা গাওঁতো বুদ্ধ জয়ন্তী পালন কৰা হয় । জাগুন কথাচেমাবাসী ৰাইজৰ প্ৰচেষ্টাত ২০১১ চনত নিৰ্মাণ কৰা কথাচেমা তালুং টামি বৌদ্ধ মন্দিৰত পালন কৰা এই বৌদ্ধ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ছিকিমৰ পৰা অহা বৌদ্ধ ধৰ্ম গুৰু চাংগে লামাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজ ৷

জাগুনত পালন বুদ্ধ পূৰ্ণিমা

ABOUT THE AUTHOR

...view details