বঙাইগাঁও, ৮ নৱেম্বৰ: যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ গৃহ জিলাতে সংঘটিত হৈছে ৰাজহুৱা বিতৰণৰ চাউল হৰলুকিৰ ঘটনা । চাউলখিনি গোপনে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা মেঘালয়লৈ কঢ়িয়াই লৈ যোৱা অৱস্থাতে যোগীঘোপা আৰক্ষীয়ে ৩১ নং( খ) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে ।
বঙাঁইগাঁৱত ৰাজহুৱা বিতৰণৰ চাউল জব্দ - বঙাঁইগাঁৱত ৰাজহুৱা বিতৰণৰ চাউল জব্দ
বঙাঁইগাঁৱত ৰাজহুৱা বিতৰণৰ চাউল জব্দ । চাউলখিনি গোপনে যোগীঘোপাৰ পৰা মেঘালয়লৈ কঢ়িয়াই নিয়া হৈছিল ।

বঙাঁইগাঁৱত ৰাজহুৱা বিতৰণৰ চাউল জব্দ
ট্ৰাকখনত প্ৰায় ৫০০ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আছিল বুলি জনায় আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
লগতে পঢ়কঃগোৱালপাৰাত AJPৰ জিলা আহ্বায়ক সমিতি গঠন
Last Updated : Nov 9, 2020, 3:41 PM IST