অসম

assam

ETV Bharat / briefs

আনন্দত আত্মহাৰা বঙাইগাঁৱৰ বিজেপি কৰ্মী

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ বিশেষ উচাহ-উদ্দিপনা,নাচি-বাগি আনন্দত মতলীয়া বিজেপি কৰ্মকৰ্তাসকল

By

Published : May 23, 2019, 9:14 PM IST

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ

বঙাইগাঁও,২৩মে' : বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ বিজেপি কৰ্মকৰ্তাসকলৰ আনন্দ-উল্লাস । জিলাখনৰ পুৰুষ-মহিলাসকলে বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি আকৌ এবাৰ মোডী চৰকাৰ গীতৰ তালে-তালে নৃত্যত মচগুল হয় ।

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ

ABOUT THE AUTHOR

...view details