বিশ্বনাথ, ১ অক্টোবৰ : ২৯ চেপ্তেম্বৰ পৰা চলি থকা ৰাষ্ট্ৰীয় অনলাইন “Poomsae টাইকোৱাণ্ডো” প্ৰতিযোগিতাত অসম দলৰ হৈ বিশ্বনাথৰ দুই ছাত্ৰীয়ে অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হয় । দুৰ্দান্ত প্ৰৰ্দশনৰে নয়নী গগৈয়ে সোণৰ পদক আৰু প্ৰিয়দৰ্শনী লামাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উক্ত প্ৰতিযোগিতা খনি আয়োজন কৰে ভাৰতীয় টাইকোৱাণ্ডো সংঘ (Taekwondo Federation Of India) ৰ অধীনত ওড়িশা টাইকোৱাণ্ডো সংস্থাই।