অসম

assam

ETV Bharat / briefs

বিশ্বনাথত উদ্ধাৰ আঘাতপ্ৰাপ্ত শৰপহু - উন্নত চিকিৎসা

বিশ্বনাথৰ মৰলগাঁৱত উদ্ধাৰ হয় এটি আঘাতপ্ৰাপ্ত শৰপহু, শৰপহুটোক উন্নত চিকিৎসাৰ বাবে বন বিভাগক চমজাই দিয়া হয় ।

বিশ্বনাথত উদ্ধাৰ আঘাতপ্ৰাপ্ত শৰপহু

By

Published : Apr 23, 2019, 2:36 PM IST

বিশ্বনাথ,২৩ এপ্ৰিলঃ দেওবাৰে বিশ্বনাথৰ মৰলগাঁৱত উদ্ধাৰ হয় এটি আঘাতপ্ৰাপ্ত শৰপহু। প্ৰত্যক্ষদৰ্শীৰ মতে অঞ্চলটোৰে স্থানীয় এঘৰত শৰপহুটোক কেইটামান হিংস্ৰ কুকুৰে খেদি-খেদি আক্ৰমণ কৰে। যাৰ ফলত আঘাতপ্ৰাপ্ত হয় শৰপহুটো ।

বিশ্বনাথত উদ্ধাৰ আঘাতপ্ৰাপ্ত শৰপহু

ইতিমধ্যে স্থানীয় ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীয়ে উন্নত চিকিৎসাৰ বাবে শৰপহুটোক বন-বিভাগৰ হাতত চমজাই দিয়ে ।

ABOUT THE AUTHOR

...view details