মঙলদৈত বাইক সহ আটক তিনি চোৰ - মিথুন বড়ো
দৰং আৰক্ষী অধীক্ষক অমিত ভূঞাৰ নেতৃত্বত চলা এক অভিযানত বিপুল শৰ্মা,অজিত ডেকা আৰু মিথুন বড়ো নামৰ তিনিটা চোৰ আটক হয়, আটকাধীন চোৰকেইটাৰ পৰা আৰক্ষীয়ে দুখন বাইক জব্দ কৰে

মঙলদৈত বাইক সহ আটক তিনিজন চোৰ
মঙলদৈ,২৮মে' :
- মঙলদৈত বাইকসহ আটক তিনিজন চোৰ
- মঙলদৈ আৰক্ষীয়ে আটক কৰে চোৰ তিনিজনক
- আটক হোৱা চোৰকেইটা সৰাবাৰীৰ বিপুল শৰ্মা, বেজপাৰাৰ অজিত ডেকা আৰু দলংঘাটৰ মিথুন বড়ো
- চোৰ তিনিজনৰ পৰা উদ্ধাৰ হয় এখন গ্লেমাৰ আৰু এখন স্পেণ্ডাৰ বাইক
- চোৰ তিনিজনে চুৰি কৰা বাইকবোৰৰ নম্বৰপ্লেট ভাঙি পেলোৱাৰ লগতে মচি দিছিল থেচিচ আৰু ইঞ্জিনৰ নম্বৰ
- বিপুল শৰ্মা নামৰ চোৰটোৱে পূৰ্বেও চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ ৰোষত পৰিছিল
- দৰং আৰক্ষী অধীক্ষক অমিত ভূঞাৰ নেতৃত্বত চলা এক অভিযানত আটক হয় চোৰ তিনিটা মঙলদৈত বাইক সহ আটক তিনিজন চোৰ