পৰাজিত মণিমাধৱঃ অগপৰ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া - বিজেপি
এনডিএৰ অভূতপূৰ্ব সাফল্যত সন্তোষ প্ৰকাশ কৰি অতুল বৰাই কয় যে নৰেন্দ্ৰ মোডীৰ সু-শাসন তথা সবল নেতৃত্বৰ বাবেই এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে । কলিয়াবৰ লোকসভা সমষ্টিৰ সম্ভাব্য পৰাজয়ৰ সন্দৰ্ভত জাতিগত ৰাজনীতিয়ে প্ৰভাৱ পেলাইছে বুলিও মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই ।

অগপৰ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া
বোকাখাত,২৩মে' : বৃহস্পতিবাৰে ভোট গণনা প্ৰক্ৰিয়া শেষ হোৱাৰ প্ৰাকক্ষণত অগপ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া । এনডিএৰ অভূতপূৰ্ব সাফল্যত সন্তোষ প্ৰকাশ কৰি অতুল বৰাই কয় যে নৰেন্দ্ৰ মোডীৰ সু-শাসন তথা সবল নেতৃত্বৰ বাবেই এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে । কলিয়াবৰ লোকসভা সমষ্টিৰ সম্ভাব্য পৰাজয়ৰ সন্দৰ্ভত জাতিগত ৰাজনীতিয়ে প্ৰভাৱ পেলাইছে বুলিও মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই ।
অগপৰ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া
Last Updated : May 23, 2019, 11:46 PM IST