অসম

assam

By

Published : Jun 11, 2020, 3:50 PM IST

ETV Bharat / briefs

ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 3319 লৈ বৃদ্ধি

হোজাই জিলাত অসমৰ ভিতৰতে অধিক কোভিড-১৯ত আক্ৰান্ত।

ৰাজ্যত কোভিড 19 ত আক্ৰান্তৰ সংখ্যা 3319 লৈ বৃদ্ধি
ৰাজ্যত কোভিড 19 ত আক্ৰান্তৰ সংখ্যা 3319 লৈ বৃদ্ধি

হোজাই , ১১জুনঃ অসমত পুনৰ 34 জন ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে । ইয়াকে লৈ ৰাজ্যত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা 3319 লৈ বৃদ্ধি হল ।

ৰাজ্যত কোভিড 19 ত আক্ৰান্তৰ সংখ্যা 3319 লৈ বৃদ্ধি

ইপিনে হোজাইত এই পৰ্য্যন্ত 439 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত পজিটিভ লোকসংখ্যা । আনহাতে অসমৰে ভিতৰতে হোজাই জিলাত কোভিড-19 ত আক্ৰান্ত পজিটিভ লোকৰ সংখ্যা অধিক হোৱা দেখা গৈছে ।
লগতে চাওকঃ কয়লা খনন অনুমতি দিয়াৰ বিৰুদ্ধে মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details