গুৱাহাটী, ৯ জুনঃ ৰাজ্যত ২,৯৩৭ জনলৈ বৃদ্ধি পালে কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। মঙলবাৰে বিয়লি ৭ বজালৈ এদিনত ১০২ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। পুনৰ ৬৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি।