- দেশীয় টেলিকম সেৱা প্ৰদানকাৰী সংস্থা বিএছএনএলৰ বিপৰ্যয়
- কলকাতাৰ চল্টলেকস্থিত বিএছএনএলৰ কাৰ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ পিচতে বিপৰ্যয় সংস্থাটোলৈ
- দহখনকৈ ৰাজ্যত ব্যাহত হৈ পৰে সংস্থাটোৰ টেলিকম সেৱা
- পশ্চিমবংগকে ধৰি আন্দামান নিকোবৰ আৰু উত্তৰ-পূবৰ আঠখন ৰাজ্যত ব্যাহত হয় সেৱা
চল্ট লেকত সংঘটিত অগ্নিকাণ্ডৰ ফলত ব্যাহত টেলিকম সেৱা - fire in BSNL building
"A major transmission equipment was burnt after a fire broke out at the Bharat Sanchar Nigam Limited building in Salt Lake in Kolkata on Monday evening," a senior BSNL official in Agartala said.
![চল্ট লেকত সংঘটিত অগ্নিকাণ্ডৰ ফলত ব্যাহত টেলিকম সেৱা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3935713-144-3935713-1563978381818.jpg)
অগ্নিকাণ্ড
19:49 July 24
দহখনকৈ ৰাজ্যত ব্যাহত বিএছএনএল সেৱা
Last Updated : Jul 24, 2019, 10:53 PM IST