- পুনৰ আৰম্ভ ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমান AN-32 ৰ উদ্ধাৰ অভিযান
- প্ৰতিকুল বতৰত বাবে মাজতে বন্ধ কৰিব লগীয়া হৈছিল উদ্ধাৰ অভিযান
- মঙলবাৰে পুৱা দুখন MI-17 আৰু এখন ALH হেলিকপ্তাৰৰে অৰুনাচল প্ৰদেশৰ মেচুকাৰ লগতে পশ্চিম চিয়াং জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই থকা হৈছে
- স্থলসেনা বিভিন্ন দল, ITBP, সেনা আৰু অৰুনাচল আৰক্ষী এই অভিযানত অৰ্ন্তভুক্ত হৈছে
পুনৰ আৰম্ভ AN-32 ৰ উদ্ধাৰ অভিযান - ITBP

ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমান AN-32 ৰ উদ্ধাৰ অভিযান পুনৰ আৰম্ভ
2019-06-04 07:37:24
ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমান AN-32 ৰ উদ্ধাৰ অভিযান পুনৰ আৰম্ভ
Last Updated : Jun 4, 2019, 3:02 PM IST