নেশ্যনেল ডেস্ক,12 ডিচেম্বৰ :কৰ্ণাটকৰ কোলাৰত ৱিষ্ট্ৰন কোম্পানীৰ কৰ্মচাৰীৰ প্ৰতিবাদ ৷ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে দৰমহা প্ৰদানৰ অনিয়মৰ বাবে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ শনিবাৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীসকলে কোম্পানীটোৰ ফাৰ্ণিচাৰ, কম্পিউটাৰ, টেলিভিচন আদিৰো ক্ষতিসাধন কৰে ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত কোলাৰৰ আৰক্ষী অধীক্ষক কাৰ্ত্তিক ৰেড্ডীয়ে অৰিক্ত সেনাৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷
কৰ্ণাটকৰ কোলাৰত ৱিষ্ট্ৰন কোম্পানীৰ কৰ্মচাৰীৰ প্ৰতিবাদ - কোলাৰত ৱিষ্ট্ৰন কোম্পানীৰ কৰ্মচাৰীৰ প্ৰতিবাদ
কৰ্ণাটকৰ কোলাৰত ৱিষ্ট্ৰন কোম্পানীৰ কৰ্মচাৰীৰ প্ৰতিবাদ ৷ দৰমহা প্ৰদানৰ অনিয়মৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে ৷

কৰ্ণাটকৰ কোলাৰত ৱিষ্ট্ৰন কোম্পানীৰ কৰ্মচাৰীৰ প্ৰতিবাদ
কৰ্ণাটকৰ কোলাৰত ৱিষ্ট্ৰন কোম্পানীৰ কৰ্মচাৰীৰ প্ৰতিবাদ
প্ৰায় 2000 চুক্তি স্বাক্ষৰিত শ্ৰমিকে নিশা কৰ্তব্যৰত হৈ আছিল ৷ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰী সকলক কেৱল দৰমহাই নহয় তেওঁলোকৰ অতিৰিক্ত প্ৰাপ্যও প্ৰদান নকৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷ ইয়াৰ উপৰিও উত্তেজিত প্ৰতিবাদকাৰীয়ে প্ৰতিষ্ঠানটোৰ এটা কক্ষৰ লগতে বাহনটো অগ্নিসংযোগ কৰে ৷ আনহাতে, কোম্পানীৰটোৰ চিচিটিভি ফুটেজৰ ভিত্তিত অভিযুক্ত সকলৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ ৷
লগতে পঢ়ক-ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া
TAGGED:
Wistron Companiy's interiors