অসম

assam

ETV Bharat / bharat

WhatsApp Outage: হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ'ল WhatsApp - মেটাৰ মালিকানাধীন জনপ্ৰিয় ইনষ্টেণ্ট কমিউনিকেচন এপ

মেটাৰ মালিকানাধীন জনপ্ৰিয় ইনষ্টেণ্ট কমিউনিকেচন এপ WhatsAppয়ে এক সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে । ভাৰতৰ WhatsApp ব্যৱহাৰকাৰীসকলে সম্প্ৰতি মেছেজ প্ৰেৰণ আৰু গ্ৰহণ কৰিব পৰা নাই ।

WhatsApp Web down for thousands of users
হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ'ল WhatsApp

By

Published : Oct 25, 2022, 1:40 PM IST

Updated : Oct 25, 2022, 2:19 PM IST

নিউজ ডেস্ক, 25 অক্টোবৰ : মেটাৰ মালিকানাধীন জনপ্ৰিয় ইনষ্টেণ্ট কমিউনিকেচন এপ WhatsAppয়ে এক সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে । সম্প্ৰতি ভাৰতৰ WhatsApp ব্যৱহাৰকাৰীসকলে সম্প্ৰতি মেছেজ প্ৰেৰণ আৰু গ্ৰহণ কৰিব পৰা নাই (WhatsApp Web down for thousands of users) ।

এইটো অনুমান কৰা হৈছে যে, এই বিচ্ছিন্নতাৰ ফলত personal chatৰ লগতে Group Chat দুয়োটাতে প্ৰভাৱ পৰিছে । বৰ্তমান WhatsApp গ্ৰুপত মেছেজ প্ৰেৰণ কৰাটো অসম্ভৱ যেন লাগিলেও personal chatটো বহু পৰিমাণে প্ৰভাৱিত হোৱা যেন লাগে ।

Outage detection website

DownDetector এ নিশ্চিত কৰিছে যে WhatsApp হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বাবে কাম কৰা নাই । ৱেবছাইটটোৰ heat-mapৰ ওপৰত ভিত্তি কৰি এই সমস্যাৰ সন্মূখীন হোৱা ঠাইসমূহ হৈছে ক্ৰমে মুম্বাই, দিল্লী, কলকাতা আৰু লক্ষ্ণৌৰ দৰে প্ৰধান চহৰসমূহ, এয়া আশংকা কৰা হৈছে যে এই বিজুতিৰ ফলত সমগ্ৰ দেশতে ব্যৱহাৰকাৰীসকল প্ৰভাৱিত হৈছে ।

WhatsApp Web

WhatsApp Webয়ো এই বিচ্ছিন্নতাৰ ফলত প্ৰভাৱিত হোৱা যেন লাগে, আৰু এক প্ৰকাৰে নিশ্চিত কৰিব পৰা গৈছে যে এপৰ web clientয়ো আৰু সংযোগ কৰা নাই ।

লগতে পঢ়ক:WhatsApp feature: এতিয়াৰে পৰা স্ক্ৰীণ শ্বট ল'ব নোৱাৰিব WhatsAppত

Last Updated : Oct 25, 2022, 2:19 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details